top of page
The school

ৰূপালী জয়ন্তী বৰ্ষ ২০২৪-২৫

Jyoti Vidyapeeth,
the best school in Dangari

সুন্দৰ ভৱিষ্যতৰ দিশে অগ্ৰসৰ......

জ্যোতি বিদ্যাপীঠলৈ 

আপোনাক স্বাগতম

  • জ্যোতি বিদ্যাপীঠ মানসম্পন্ন শিক্ষা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

  • আমাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলক সকলো দিশত পাৰ্গত কৰি উজ্জল ভৱিষ্যতৰ দিশত আগবঢ়াই নিয়া।

  • আমি বিশ্বাস কৰোঁ যে, সঠিক শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে প্ৰতিজন শিক্ষাৰ্থীয়ে  নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব পাৰে।

জ্যোতি বিদ্যাপীঠৰ মহামন্ত্ৰ

আমি জ্ঞানৰ সাধনা কৰোঁ, সাধনা কৰোঁ সুৰৰ। শব্দৰ মায়াজাল ৰচোঁ, নৃত্যৰ ছন্দ অথবা তুলিকাৰে বাংময় চিত্ৰ আকোঁ। যোগ-সাধনা আৰু ক্ৰীড়াৰ মাধ্যমেৰে সুঠাম শৰীৰ গঢ়োঁ। সুঠাম শৰীৰ আৰু সুন্দৰ মনেৰে আমি নৱ-প্ৰজন্ম গঢ়োঁ।

Students happy moment after learning stone painting.

Upcoming Events

No events at the moment

Latest news and updates 

ডাঙৰী

কাৰ্যক্ৰমসমূহ

কাৰ্যক্ৰমসমূহ

©২০২৪ 5 বিদ্যাপীঠ, ডাঙৰী

ডাঙৰী গাওঁ, অসম ট্ৰাঙ্ক ৰ'ডৰ কাষত,

জিলাঃ তিনিচুকীয়া পিন-৭৮৬১৫৬

  • Facebook
  • LinledIn
  • Twitter
  • YouTube

কাৰ্যক্ৰমসমূহ

bottom of page