top of page

Saturday, 20 April 2024

হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২৪ৰ ফলাফল

২৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ১০০% উত্তীৰ্ণ। দেৱাংগী সোনোৱালৰ ৯৩% নম্বৰেৰে জিলা পৰ্যায়ত নৱম স্থান লাভ।

আজি, ইং ২০ এপ্ৰিল, ২০২৪ তাৰিখে ঘোষিত ফলাফল অনুসৰি আমাৰ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আটাই কেইগৰাকীয়েই (১০০%) উত্তীৰ্ণ হয়। দেৱাংগী সোনোৱালে ৯৩% নম্বৰেৰে বিদ্যালয় তথা ডাঙৰী কেন্দ্ৰৰ পৰা শীৰ্ষস্থান আৰু জিলা পৰ্যায়ত নৱম স্থান অধিকাৰ কৰে। মুঠ ১৭ গৰাকীয়ে প্ৰথম বিভাগত আৰু ১১ গৰাকীয়ে ২য় বিভাগত উত্তীৰ্ণ হয়। উচ্চগণিতত পাঁচৰ ভিতৰত পাঁচোগৰাকীয়ে ১০০% নম্বৰ লাভ কৰে।

ডাঙৰী

কাৰ্যক্ৰমসমূহ

কাৰ্যক্ৰমসমূহ

©২০২৪ 5 বিদ্যাপীঠ, ডাঙৰী

ডাঙৰী গাওঁ, অসম ট্ৰাঙ্ক ৰ'ডৰ কাষত,

জিলাঃ তিনিচুকীয়া পিন-৭৮৬১৫৬

  • Facebook
  • LinledIn
  • Twitter
  • YouTube

কাৰ্যক্ৰমসমূহ

bottom of page